Assam HSLC result 2021 marking patter announced

Assam HSLC result 2021 marking patter announced

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰীক্ষাৰ্থিৰ বাবে ভাল খবৰ।আজি উচ্চ ক্ষমতাসম্পন্ন সমিতিয়ে মুল্যাংকনৰ পদ্ধতি নিৰূপণ কৰিছে।

Assam HSLC result 2021 marking patter announced

Assam HSLC result 2021 marking patter announced

সংবাদমেলত শিক্ষামন্ত্ৰী ডা০ ৰণোজ পেগুৱে মন্তব্য মৰ্মে গম পোৱা গৈছে যে মুল্যাংকনৰ ক্ষেত্রত ৪০ শতাংশ নম্বৰ নৱম শ্ৰেণীৰ, ৪০ শতাংশ দশম শ্ৰেণীৰ আৰু ২০ শতাংশ এছাইনমেণ্ট, উপস্থিতিৰ পৰা লোৱা হ’ব আৰু ৩১ জুলাইৰ ভিতৰত ঘোষণা কৰা হ’ব ফলাফল।

যদি আপুনি ফলাফলত সন্তুষ্ট নহয় তেতিয়া কি কৰিব?

শিক্ষামন্ত্রীয়ে জনায় যে যদি কোনো ছাত্ৰ-ছাত্ৰী ফলাফলত সন্তুষ্ট নহয়, তেওঁলোকে পুনৰ পৰীক্ষাত বহিব পাৰিব।

Leave a Reply

Your email address will not be published. Required fields are marked *

%d bloggers like this: